আমেৰিকাৰ আক্ৰমণৰ পিছত যুদ্ধোন্মাদ ইৰান, ইজৰাইলত অহৰহ চাইৰেন
আমেৰিকাৰ আক্ৰমণৰ পিছত যুদ্ধোন্মাদ ইৰান, ইজৰাইলত অহৰহ চাইৰেন
নিউজ ডেস্ক, ২৩ জুনঃ মধ্যপ্ৰাচ্যৰ যুদ্ধই এতিয়া আটাইতকৈ বিপজ্জনক ৰূপত উপনীত হৈছে। এতিয়া আনকি আমেৰিকাও ইৰান আৰু ইজৰাইলৰ সংঘাতৰ জুইত মুকলিকৈ জঁপিয়াই পৰিছে। ইৰানৰ তিনিটা পাৰমাণৱিক ঘাটি - ফৰ্ডো, নাটাঞ্জ আৰু ইছফাহানত ইতিহাসৰ আটাইতকৈ সফল সামৰিক আক্ৰমণ আমেৰিকাই সংঘটিত কৰিছে।
ইফালে পাকিস্তান…
Read More...