সুদীর্ঘ ২৭ বছৰৰ পিছত শাপমুক্ত দক্ষিণ আফ্রিকা
🔹 কৃষ্ণাংগ অধিনায়কৰ নেতৃত্বত স্বাধীন হ’ল দক্ষিণ আফ্রিকাৰ ক্রিকেট
নিউজ ডেস্ক, ১৫ জুন : অৱশেষত শাপমুক্ত হ’ল দক্ষিণ আফ্রিকা৷ এজন কৃষ্ণাংগ অধিনায়কৰ নেতৃত্বত স্বাধীন হ’ল দক্ষিণ আফ্রিকাৰ ক্রিকেট৷ সুদীর্ঘ ২৭ বছৰৰ পাছত দক্ষিণ আফ্রিকাই জয় কৰিলে আইচিচিৰ ট্রফী৷ এই সুদীর্ঘ সময়ত দলটোৱে আইচিচিৰ কেইবাখনো মেগা প্রতিযোগিতাৰ ট্রফীৰ কাষ চাপিও ট্রফী হাতত তুলি লোৱাৰ…
Read More...