বিজ্ঞানৰ চমৎকাৰ, ১২,৫০০ বছৰ পূর্বে বিলুপ্ত প্রাণীৰ পুনৰ জীৱন, জেনেটিক ইঞ্জিনীয়াৰিঙেৰে জন্ম দিলে ডায়াৰ উল্ফ
📌 ৰমুলাছ–ৰেমুছ নামৰ দুই ডায়াৰ উল্ফকলৈ বিশ্বজুৰি বিজ্ঞানী মহলত চাঞ্চল্য
📌 টেক্সাছস্থিত কলোছেল বায়’ছায়েঞ্চৰ এই সাফল্য
📌 প্রাচীন ডিএনএ ব্যৱহাৰ কৰি জন্ম দিছে এই দুই প্রাণীক
নিউজ ডেস্ক, ৯ এপ্রিলঃ বিজ্ঞান আৰু বিজ্ঞানীৰ চমৎকাৰ৷ ১২,৫০০ বছৰ পূর্বে পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা প্রাণীৰ পুনৰ জীৱন৷ জেনেটিক ইঞ্জিনীয়াৰিঙেৰে ১২,৫০০ বছৰ পূর্বে পৃথিৱীৰ পৰা হেৰাই…
Read More...