পুৱা গাখীৰ চাহ খোৱাৰ অভ্যাস কেনে?
গাখীৰ অলপ বেছিকৈ, চেনী মুখত লগাকৈ দি একাপ চাহ নাখালে দিনটোৰ আৰম্ভণি হোৱা যেনে নাপায় বহুতেই। কিন্তু সদায় পুৱা এই চাহ খালে কি হয় চাওঁ আহক-
১) বহুতেই গাখীৰ চাহত কিছু আদা মিহলাই খায়। উপকাৰ হ'ব বুলি ভাবে। কিন্তু এই অভ্যাসৰ কাৰণে পেটত গেছ হ'ব পাৰে। তাৰ পাছত পেটৰ বিষ হ'ব পাৰে।
২) খালী পেটত গাখীৰ চাহ খালে পেপটিক আলছাৰ হ'ব পাৰে।
৩) চাহত টেনিন থাকে।…
Read More...