ছোৱালীয়ে ল’ৰাৰ কি অভ্যাস বেয়া পায় জানেনে…
নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ যেতিয়াই ল'ৰাবোৰে ধুনীয়া ছোৱালী এজনী দেখে, তেওঁলোকে ভাবে যে তেওঁলোকে তাইক সহজে প্ৰভাৱিত কৰিব পাৰিব। কিন্তু সেইটো ইমান সহজ নহয়। যেনেকৈ ল'ৰাবোৰে পচন্দ কৰে ঠিক তেনেকৈ, ছোৱালীবোৰৰ ল'ৰাতকৈ পছন্দ বেছি। ছোৱালীবোৰে সাধাৰণতে লৰাৰ চেহেৰাতকৈ ল'ৰাৰ অভ্যাসক অধিক লক্ষ্য কৰে।
যেতিয়া ল'ৰা এজনে ছোৱালী এজনীৰ সৈতে কথা পাতে, ল'ৰাজনে…
Read More...