নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ কর্মত শুভ৷ মাংগলিক কার্যত ব্রতী থাকিব৷ খং কমিব, শত্রু নাশ৷ ভ্রমণত মাধ্যম৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৫৷
বৃষঃ কর্মক্ষেত্রত উন্নতি৷ শুভ কার্য সিদ্ধি কৰিব পাৰিব৷ শৰীৰ মধ্যম৷ পূব দিশত ভ্রমণ কৰিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
মিথুনঃ প্রতিবেশীৰ পৰা কষ্ট পাব৷ খৰচ বৃদ্ধি৷ কার্যকৰী চিন্তা৷ ৰাজনীতি আৰু সামাজিক ক্ষেত্রত ব্যস্ততা বৃদ্ধি৷ শুভ সংখ্যা ৬৷ শুভ ৰং নীলা৷
কর্কটঃ কর্মব্যস্ততা বৃদ্ধি৷ খৰচ বৃদ্ধি৷ মানসিক শান্তি৷ শিল্পী, সাহিত্যিকৰ সন্মান বৃদ্ধি৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
সিংহঃ সৎ লোকৰ সান্নিধ্য লাভ৷ কর্মব্যস্ততা বৃদ্ধি৷ অর্থ লাভ৷ শিৱ মন্দিৰ দর্শন কৰক৷ ভ্রমণত মাধ্যম৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ১৷
কন্যাঃ মূল্যৱান সম্পদ লাভ৷ নিষ্ঠাৰে কাম কৰিব৷ উদাৰতা ভাব প্রকাশ৷ বিদ্যা বুদ্ধিত উন্নতি৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ৬৷
তুলাঃ তীর্থ ভ্রমণৰ যোগ৷ বন্যপ্রাণীৰ পৰা সাৱধান৷ অধ্যৱসায় দ্বাৰা উন্নতি৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷
বৃশ্চিকঃ কঠোৰ পৰিশ্রমৰ মর্যাদা পাব৷ ব্যৱসায়ত বৃদ্ধি৷ কর্মত উন্নতি৷ ভ্রমণ দক্ষিণ দিশত কৰিব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৮৷
ধনুঃ শ্রম বৃদ্ধি৷ কর্তব্যৰ প্রতি দায়বদ্ধতা বৃদ্ধি৷ আনক অৱহেলা নকৰিব৷ সন্মান বৃদ্ধি৷ শৰীৰ মধ্যম৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৪৷
মকৰঃ কর্ম প্রতিভা উন্নত৷ শত্রুৰ পৰা সাৱধান৷ জ্ঞানী, গুৰু, সৎ লোকৰ সান্নিধ্যত উপকৃত হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷
কুম্ভঃ কর্তব্য ব্যস্ততা বৃদ্ধি পাব৷ ভ্রমণত মধ্যম৷ অর্থ নাশ হ’ব পাৰে৷ বজৰংগবলীক পূজা কৰিব৷ শুভ সংখ্যা ২৷ শুভ ৰং পাতল সেউজীয়া৷
মীনঃ কর্মব্যস্ততা বৃদ্ধি৷ অন্ধ বিশ্বাসে ক্ষতি কৰিব পাৰে৷ সূর্যক পূজা কৰিব৷ ব্যৱসায়ত মধ্যম৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৭৷

You might also like