বহিঃৰাজ্যত মৃত ব্যক্তিৰ মৃতদেহ অনাৰ ব্যয় বহন কৰিব চৰকাৰে
🔹 বিত্তমন্ত্রী অজন্তা নেওগৰ ঘোষণা
বিশেষ বাৰ্তা, ১১ মার্চ : পৰৱর্তী ২০২৫–২৬ বিত্তীয় বর্ষৰ বাবে কালি বিত্তমন্ত্রী অজন্তা নেওগে দাখিল কৰা বাজেটে সুখবৰ কঢ়িয়াই আনিছে চাহ শ্রমিকসকললৈ৷ বিত্তমন্ত্রী নেওগে কৰা বাজেট ঘোষণা অনুসৰি ৰাজ্যৰ ৬.৮ লাখ চাহ শ্রমিকে ৫,০০০ টকাকৈ এককালীন বিত্তীয় সাহায্য লাভ কৰিব৷ এই সন্দর্ভত তেওঁ বাজেট ভাষণত কয় যে অসমৰ চাহ জনজাতি…
Read More...