পিকচাৰ অভি বাকী হ্যেয় : মনোজ নাৰাৱানে
নিউজ ডেস্ক, ৮ মে’ : পিকচাৰ অভি বাকী হ্যেয়- মনোজ নাৰাৱানে । বৃহৎ প্রত্যাঘাতৰ পিছতে প্রাক্তন সেনাপ্রধানগৰাকীয়ে নিজৰ এক্স হেণ্ডেলত এইদৰে উল্লেখ কৰে। পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ প্রতিশোধ ল’বলৈ পৰহি মাজনিশা পাকিস্তানত থকা জইছ–ই–মহম্মদ আৰু লস্কৰ–ই–তৈবাৰ ঘাটিত আক্রমণ চলায় ভাৰতীয় সেনাই৷ তিনিওটা সশস্ত্র বাহিনীয়ে যৌথভাৱে চলোৱা অভিযান ‘অপাৰেচন সিন্দূৰ’ৰ…
Read More...