ছাত্র-কর্মচাৰী সংগঠন নিষিদ্ধ হ’ব নেপালত ! নৱগঠিত মন্ত্রীসভাৰ প্রথম বৈঠকতে প্রস্তাৱ গৃহীত
ডিজিটেল ডেস্ক, ৩১ মার্চ : নেপালৰ কোনো শিক্ষা প্রতিষ্ঠানতে আৰু নাথাকিব ৰাজনৈতিক দলৰ ছাত্র সংগঠন৷ চৰকাৰী কার্যালয় বা প্রতিষ্ঠানসমূহতো কোনো ৰাজনৈতিক শ্রমিক সংগঠন নাথাকিব৷ আগন্তুক দিনত এই পৰিকল্পনাকে বাস্তৱায়িত কৰিবলৈ বিচাৰিছে দেশখনৰ নতুন চৰকাৰখনে৷ আগন্তুক দিনৰ এই পৰিকল্পনাত ইতিমধ্যে অনুমোদন জনাইছে নেপালৰ প্রধানমন্ত্রী বলেন্দ্র শ্বাহ মন্ত্রীসভাই৷…
Read More...