খালিস্তানী নেতা অমৃতপল সিঙক সেনা বাহিনীৰ বিমানেৰে দিল্লীলৈ
🔹 সাংসদ হিচাপে শপত গ্ৰহণ
বিশেষ বাৰ্তা, ৫ জুলাই : কাৰাবন্দী ৱাৰিছ পঞ্জাব ডে'ৰ মুৰব্বী অমৃতপল সিঙক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আজি সেনা বাহিনীৰ এখন বিশেষ বিমানেৰে ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ লৈ যোৱা হয়। দিল্লীত আজি দিনৰ ভাগতে অমৃতপলে সংসদ সদস্য হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা উচ্চ…
Read More...