ভাৰত-ৰ দিশে সাজু ১৩০টা পৰমাণু বোমা !
নিউজ ডেস্ক, ২৮ এপ্রিল : পাকিস্তানৰ ১৩০টা পৰমাণু অস্ত্র ভাৰত-ৰ দিশে সাজু কৰি ৰখা হৈছে৷ এই হুংকাৰ দিয়া দেখিবলৈ পোৱা গ’ল পাকিস্তানী মন্ত্রী হানিফ আব্বাছিক৷ পেহেলগামত সন্ত্রাসবাদীৰ আক্রমণত ২৬জন পর্যটক নিহত হোৱা ঘটনাৰ পিছত ভাৰত–পাকিস্তানৰ মাজত সংঘাত তীব্রতৰ হৈ পৰিছে৷ ইতিমধ্যে সাতটা পর্যায়ত কূটনৈতিক ‘প্রত্যাঘাত’ আৰম্ভ কৰিছে ভাৰতে৷ ইয়াৰ অন্যতম হৈছে সিন্ধু…
Read More...