ভাৰতলৈ নাহে মার্কিন পপ তাৰকা ছাকিৰা, সূচী ঘোষণাৰ পিছতো স্থগিত ভ্রমণ
ডিজিটেল ডেস্ক, ২৩ মার্চ : প্রায় দুই দশকৰ পিছত ভাৰতলৈ আহি সংগীতানুষ্ঠান পৰিৱেশনেৰে অনুৰাগীসকলক মনোৰঞ্জন দিয়াৰ কথা আছিল মার্কিন পপ তাৰকা ছাকিৰাৰ৷ কিন্তু উদ্যোক্তাসকলৰ তৰফৰ পৰা জনোৱা হৈছে যে আপাততঃ নহ’ব শিল্পীগৰাকীৰ কনচার্ট৷ যিসকলে টিকট কাটিছিল তেওঁলোকক মূল্য ওভতাই দিয়া হ’ব৷
কুইন অৱ লেটিন মিউজিক হিচাপে সমগ্র বিশ্বতে বিপুল খ্যাতি অর্জন কৰা পপ…
Read More...