নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

আইচিচিৰ শাস্তিৰ সন্মুখীন পাকিস্তান

বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : শনিবাৰে বিশ্বকাপত ডার্কৱর্থ লুইছ পদ্ধতিত নিউজিলেণ্ডক হৰুৱাই বিশ্বকাপত নিজৰ আশা সজীৱ কৰি ৰাখিছে পাকিস্তানে৷ কিন্তু ইয়াৰ পিছতে আইচিচিৰ শাস্তিৰ সন্মুখীন হয় দলটো৷ বাবৰ আজমৰ দলৰ ১০ শতাংশ মেচ ফী কর্তন কৰা হৈছে৷ নির্ধাৰিত সময়ত পাকিস্তানে দুটা অভাৰ কম কৰিছিল৷ সেইবাবেই শাস্তি দিয়া হৈছে তেওঁলোকক৷ আম্পায়াৰ পল উইলছন আৰু ৰিছার্ড…
Read More...

ন্যায়িক ব্যৱস্থাত নাৰী শক্তি বৃদ্ধিৰ প্রয়োজন : চিজেআই

বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : মানসিকতা সলনিৰে দেশৰ ন্যায়িক ব্যৱস্থাত নাৰী শক্তি বৃদ্ধিৰ প্রয়োজন আহি পৰিছে৷ এই মন্তব্য…

মুকেশ আম্বানীক মৃত্যুৰ ভাবুকি : কিশোৰক গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ অধ্যক্ষ মুকেশ আম্বানীক ই–মেইলযোগে মৃত্যুৰ ভাবুকি দিয়া কিশোৰ এজনক…

থাইলেণ্ডৰ পৰা বাংলাদেশ হৈ ভাৰতলৈ সর্পৰ চোৰাং বেহা

🔹 গুজৰাট–বেংগল-ৰাজস্থানত সর্প–বিহৰ অবাধ বেহা 🔹 ইউটিউবাৰ এলভিছ যাদৱৰ বিতর্কৰ পিছতে তদন্তকাৰী আৰক্ষীৰ ভয়াৱহ তথ্য লাভ…

ইডেনৰ মেচৰ টিকট ক’লা বজাৰত বিক্রী, ১৬জনক গ্রেপ্তাৰ

বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : ইডেন গার্ডেনত আজি ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচৰ টিকট ক’লা বজাৰত…

কাজিৰঙাত ভূটানৰ ৰজা : জীপ ছাফাৰীৰ বাবে সাজু ৩০খন জিপছী

বিশেষ বাৰ্তা, ৪ নৱেম্বৰ : তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ভূটানৰ ৰজা জিগমে খেচাৰ নামগ্যাল ৱাংগচুক আজি কাজিৰঙালৈ…

বিশ্বকাপৰ মাজতে ইংৰাজ ক্রিকেটাৰৰ হাতত ‘ইনহেলাৰ’

🔹 ভাৰতৰ প্রদূষণক লৈ চিন্তিত ইংলেণ্ড বাহিনী বিশেষ বাৰ্তা, ৪ নৱেম্বৰ : উৎসৱৰ মাজতে ভাৰতৰ বিভিন্ন চহৰত পূর্ণগতিত চলি…

বিচাৰ প্রক্রিয়াৰ বিলম্বত ক্ষুব্ধ চন্দ্রচূড়

🔹 ‘তাৰিখ পে তাৰিখ’ ব্যৱস্থা সলনিৰ আহ্বান বিশেষ বাৰ্তা, ৪ নৱেম্বৰ : দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ মুখত…