জেট এয়াৰৱেজৰ ৫৩৮ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত
বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : অবৈধ ধনৰ লেনদেনৰ অভিযোগত এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)–এ জেট এয়াৰৱেজৰ ৫৩৮.০৫ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে৷ পৰহি ইডিৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে৷ পি এম এল এ আইনৰ অধীনত জেট এয়াৰৱেজ (ইণ্ডিয়া) লিমিটেডৰ এই সম্পত্তি বাজেয়াপ্ত কৰাৰ লগে লগে সংবাদ মাধ্যমত বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷ বাজেয়াপ্ত হোৱা সম্পত্তিৰ ভিতৰত আছে…
Read More...