চুৰাটত একেটা পৰিয়ালৰ ৭জনৰ আত্মহনন
🔹 গুজৰাটত চাঞ্চল্য
বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : গুজৰাটৰ চুৰাট চহৰত একেটা পৰিয়ালৰ সাতজন সদস্যৰ আত্মহননক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে পৰিয়ালটোৰ আটাইৰে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীত আত্মহননৰ নোট উদ্ধাৰ কৰিছে৷ প্রাৰম্ভিক অনুসন্ধানত আৰক্ষীয়ে পৰিয়ালটোৰ আত্মহননৰ আঁৰত বিত্তীয় সংকট আছে বুলি প্রকাশ কৰিছে যদিও সঠিক অনুসন্ধানৰ অন্ততহে প্রকৃত কাৰণ…
Read More...