ভ্রূণৰ হূদস্পন্দন বন্ধ কৰা সম্ভৱ নহয়
🔹 সংবেদনশীল এক গর্ভপাতৰ গোচৰত ২৬ সপ্তাহৰ অন্তঃসত্ত্বা মহিলাৰ আবেদন খাৰিজ শীর্ষ আদালতৰ
বিশেষ বাৰ্তা, ১৬ অক্টোবৰ : সংবেদনশীল এক গর্ভপাতৰ গোচৰত ২৬ সপ্তাহৰ অন্তঃসত্ত্বা মহিলাৰ আবেদন খাৰিজ কৰি দিছে দেশৰ শীর্ষ আদালতে৷ ৰায় দিছে গর্ভপাত নকৰিবলৈ৷ ৰায় ঘোষণাৰ পূর্বে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে গর্ভস্থ শিশু সম্পূর্ণ সুস্থ৷ শিশুটোৰ শাৰীৰিক গঠনত…
Read More...