বিশ্বকাপৰ ৩ মেচত টীম ইণ্ডিয়াৰ ১৫০ কোটিৰ জার্ছী বিক্রী
🔹 ৯৯ শতাংশই বিৰাট কোহলি–ৰোহিত শর্মাৰ জার্ছী
বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : ভাৰতত চলি থকা আইচিচি এদিনীয়া বিশ্বকাপত ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই খেলপথাৰত যিদৰে শক্তি দেখুৱাইছে, ঠিক তেনেদৰে খেলপথাৰৰ বাহিৰতো ভাৰতীয় অনুৰাগীয়ে শক্তি প্রদর্শন কৰিছে৷ চলিত বিশ্বকাপত টীম ইণ্ডিয়াই এতিয়ালৈকে তিনিখন মেচত ভাগ লৈছে আৰু আটাইকেইখন মেচতে জয়ৰ সোৱাদ লাভ কৰিছে৷ এই…
Read More...