অভিনেত্রী জেকলিনলৈ পত্র কাৰাবন্দী কনমেনৰ
🔹 বেবী তোমাতকৈ ধুনীয়া নাই : সুকেশ
বিশেষ বাৰ্তা, ১৫ অক্টোবৰ : প্রৱঞ্চনাৰে কোটি কোটি টকা উপার্জন কৰা আৰু অবৈধ ধনৰ লেনদেন গোচৰত দিল্লীৰ কাৰাগাৰত বন্দী হৈ থকা কনমেন সুকেশ চন্দ্রশেখৰে পুনৰ তেওঁৰ প্রেমিকা তথা অভিনেত্রী জেকলিন ফার্নাণ্ডেজলৈ পত্র প্রেৰণ কৰিছে৷ কনমেন সুকেশৰ অধিবক্তাই এই পত্রখন সদৰী কৰিছে৷ পত্রখনত কনমেন সুকেশে লিখিছে– ‘মোৰ টাইগ্রেছ বেবী…
Read More...