বিহাৰৰ ৰে’ল দুৰ্ঘটনাত প্ৰাণহানি অসমৰ মাতৃ-কন্যাৰ
🔹 অসমৰ লোকসকলক উদ্ধাৰ কৰিবলৈ বিশেষ ৰে'লৰ ব্যৱস্থা
🔹 নিশা ১১ বজাত বিশেষ ৰে'লখন উপস্থিত হ'ব কামাখ্যা ৰে'ল ষ্টেচনত
🔹 এন এফ ৰে'লৱেই প্ৰকাশ কৰিলে ১৫২২ যাত্ৰীৰ তথ্য
বিশেষ বাৰ্তা, ১২ অক্টোবৰ : দিল্লীৰ পৰা কামাখ্যা অভিমুখী ১২৫০৬ নম্বৰৰ নর্থ–ইষ্ট এক্সপ্রেছখন কালি নিশা প্রায় ৯.৩০ বজাত বিহাৰৰ বক্সাৰ জিলাৰ ৰঘুনাথপুৰত দুর্ঘটনাত পতিত হয়৷ এই দুর্ঘটনাত…
Read More...