হাৰিয়ানাৰ মহিলাৰে বার্তালাপ ছোনিয়া গান্ধীৰ
🔹 ৰাহুলৰ কাৰণে এগৰাকী উপযুক্ত ছোৱালী চাওক
বিশেষ বাৰ্তা, ৩০ জুলাই : কংগ্রেছৰ শীর্ষ নেতা ৰাহুল গান্ধীৰ বিবাহ ব্যাপক চর্চিত বিষয়৷ শেহতীয়াভাৱে হাৰিয়ানাৰ মহিলা দল এটাই নতুন দিল্লীত কংগ্রেছৰ প্রাক্তন সভাপতি তথা লোকসভাৰ সাংসদ ৰাহুল গান্ধীৰ মাতৃ ছোনিয়া গান্ধীক সাক্ষাতৰ সময়ত তেওঁৰ পুত্র ৰাহুলৰ বিয়াৰ বিষয়টো উত্থাপিত হয় ৷ মহিলাৰ দলটোৱে ৰাহুল গান্ধীৰ বিয়াৰ…
Read More...