পশ্চিমবংগ চৰকাৰ আৰু আৰক্ষীৰ আচৰণ বেদনাদায়কঃ ক্ষুব্ধ বিজেপিৰ কটাক্ষ
বিশেষ বাৰ্তা, ১৬ জুনঃ পশ্চিমবংগত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত হিংসাত্মক ঘটনা সংঘটিত হৈছে। বিজেপিয়ে এই হিংসাৰ বাবে তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক দোষাৰোপ কৰে। দিল্লী বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ মুখপাত্ৰই কয় যে পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনত যি ধৰণৰ দৃশ্য দেখা…
Read More...