ঘণ্টাত ২৮০ কিঃমিঃ বেগেৰে ঘুৰ্ণি বতাহ ‘বিপৰ্যয়’ : সষ্টম গুজৰাট
বিশেষ বাৰ্তা, ১৩ জুনঃ গুজৰাটৰ দিশে আগবাঢ়িছে ঘূৰ্ণিবতাহ বিপৰ্যয়। ধুমুহা আহিবলৈ এতিয়াও দুদিন বাকী আছে যদিও আৰব সাগৰৰ উপকূলত ইয়াৰ তীব্ৰ ৰূপ দেখা দিবলৈ আৰম্ভ কৰিছে। ধুমুহাৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো দলে ঐক্যবদ্ধভাৱে কাম কৰি আছে। মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবিয়াই গুজৰাটৰ ভুজ সামৰিক কেন্দ্ৰত উপস্থিত হৈ…
Read More...