সিন্ধু জল চুক্তি পুনৰ বাহাল নহ’লে ভাৰতৰে যুদ্ধ কৰিব পাকিস্তানে
🔹 অমিত শ্বাহক প্রত্যুত্তৰ দি হুংকাৰ প্রাক্তন পাক মন্ত্রী বিলৱালৰ
নিউজ ডেস্ক, ২৪ জুন : সিন্ধু জল চুক্তি পুনৰ কার্যকৰী নকৰিলে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব! কালি এই ভাবুকি প্রদান কৰে প্রাক্তন পাক বিদেশ মন্ত্রী তথা পাকিস্তান পিপলছ পার্টী (পিপিপি)ৰ মুৰব্বী বিলৱাল ভুট্টো জর্দাৰীয়ে৷
স্মর্তব্য যে শনিবাৰে গৃহমন্ত্রী অমিত শ্বাহে হুংকাৰ দিছিল…
Read More...