কেন্দ্রীয় বিদ্যালয়ত নামভর্তিঃ সাংসদৰ কোটাৰ বিলুপ্তি ক’ভিডত অনাথৰ বাবে নামভর্তিৰ সুযোগ
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ কেন্দ্রীয় বিদ্যালয় সংগঠনে শৈক্ষিক বর্ষ ২০২২–২৩ৰ বাবে নামভর্তিত নতুন সংশোধিত নিয়মাৱলী ঘোষণা কৰিছে৷ সংশোধিত নিয়মাৱলী অনুসৰি ২০২২–২৩ শৈক্ষিক বর্ষত নাথাকিব সাংসদৰ কোটা৷ অর্থাৎ সাংসদৰ বাবে সংৰক্ষিত আসন শৈক্ষিক বর্ষটোৰ পৰা বিলুপ্তি ঘটিব৷ নতুন নিয়মাৱলী অনুসৰি ক’ভিড–১৯ মহামাৰীত পিতৃ–মাতৃক হেৰুৱাই অনাথ হোৱা শিশুক নামভর্তিৰ সুযোগ…
Read More...