ৰাজধানী কিয়েভ দখলৰ ক্ষণ গণিছে ৰাছিয়াই
চাৰিওদিশৰ পৰা আগুৰি ধৰিছে কিয়েভ
ৰুছ সৈন্যৰ আক্রমণত ১০ বিষয়াসহ ১৩৭ ইউক্রেইনৰ সেনা নিহত
৮০০তকৈও অধিক ৰুছ সেনা নিহতৰ দাবী ইউক্রেইনৰ
চার্নবিল পাৰমাণৱিক প্রকল্প দখল মস্কো বাহিনীৰ
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ বায়ু আৰু স্থলেৰে ৰাছিয়াৰ সেনাই চলোৱা প্রচণ্ড আক্রমণত ধ্বংসস্তূপত পৰিণত হৈছে ইউক্রেইন৷ বৃহস্পতিবাৰে পৰা অহৰহভাৱে আকাশ আৰু…
Read More...