অভাৱনীয় হাৰত বৃদ্ধি পাব পেট্র’ল–ডিজেলৰ দাম
🔹 ইৰান-ইজৰাইলৰ যুদ্ধ -ত বিশ্ব অর্থনীতিলৈ অশনি সংকেত
🔹 দুদিনৰ যুদ্ধত খাৰুৱা তেলৰ প্রতি বেৰেলত ৫ ডলাৰকৈ দাম বৃদ্ধি
নিউজ ডেস্ক, ১৬ জুন : ক্রমাৎ বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে ইৰান আৰু ইজৰাইলৰ যুদ্ধই৷ ইতিমধ্যে দুয়োখন দেশৰ মাজত ড্রোন–ক্ষেপণাস্ত্র আৰু বোমাবর্ষণ অব্যাহত আছে৷ ইজৰাইলে ইৰানৰ সামৰিক ঘাটি, গেছ সৰবৰাহ ক্ষেত্র আদিত বোমাবর্ষণ কৰাৰ বিপৰীতে ইৰানে ড্রোন…
Read More...