ভাৰতক সকীয়নি তালিবানৰঃ সামৰিক শক্তি প্রয়োগ নকৰিব
নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ যুদ্ধ বিধ্বস্ত আফগানিস্তানত সামৰিক শক্তি প্রয়োগ নকৰিবলৈ ভাৰতক সকীয়নি তালিবানৰ৷ কাটাৰস্থিত তালিবানৰ মুখপাত্র ছোহেইল শ্বাহিনে ভাৰতৰ সামৰিক শক্তি প্রয়োগক লৈ কয়–সামৰিক শক্তিৰ ভূমিকা মানে কি? যদি আমি থকাত তেওঁলোকে আফগানিস্তানলৈ সামৰিক বাহিনী লৈ আহে তেতিয়াহ’লে মই ভাবোঁ, তেওঁলোকৰ বাবে সেয়া ভাল নহ’ব৷ ইতিমধ্যে আফগানিস্তানত সামৰিক…
Read More...