কেন্দ্রৰ সিদ্ধান্তঃ ১ জুনত ঘোষণা হ’ব চিবিএছইৰ পৰীক্ষাৰ দিন
নিয়মীয়া বাৰ্তা, ২৪ মে’: ক’ভিড সংহাৰৰ বাবে চি বি এছ ই ব’ৰ্ড পৰীক্ষালৈ অনিশ্চয়তা আহি পৰা বিষয়টোক লৈ শিক্ষার্থীসকলৰ অভিভাৱকসকলৰ মাজত দুশ্চিন্তাই দেখা দিছিল যদিও দেওবাৰে কেন্দ্র আৰু ৰাজ্যৰ উচ্চস্তৰীয় বিষয়ববীয়াৰ এক গুৰুত্বপূর্ণ বৈঠকত সকলো ধৰণৰ উৎকণ্ঠাৰ অৱসান ঘটোৱা হৈছে৷
চি বি এছ ই ব’ৰ্ড পৰীক্ষা চলিত বর্ষত বাতিল নোহোৱাটো নিশ্চিত বুলি সদৰী কৰি এই বৈঠকৰ…
Read More...