সংঘর্ষৰ অৱসান ঘটালে ইজৰাইল–হামাছে
নিয়মীয়া বাৰ্তা ২২ মেঃ ১১ দিনীয়া ৰক্তক্ষয়ী সংঘর্ষৰ পিছত ইজৰাইল আৰু পেলেষ্টাইনী বিদ্রোহী সংগঠন হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হৈছে৷ আজিৰে পৰা এই যুদ্ধবিৰতি পালন কৰিছে ইজৰাইলী সেনা আৰু পেলেষ্টাইনী ভূখণ্ড গাজা ষ্ট্রীপৰ শাসনত থকা হামাছে৷ স্মর্তব্য যে ১১ দিনীয়া সংঘর্ষত ইজৰাইল–পেলেষ্টাইনত্ আঢ়ৈ শতাধিক লোকে প্রাণ হেৰুওৱাৰ উপৰি সহস্রাধিক গুৰুতৰভাৱে…
Read More...