অত্যধিক কামৰ চাপত বছৰি কেইবালাখৰো মৃত্যু
নিয়মীয়া বাৰ্তা ১৮ মেঃ দীর্ঘ কর্মঘণ্টাৰ বাবেই প্রতি বছৰে লাখ লাখ লোকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷ অর্থাৎ কামৰ তীব্র হেঁচাৰ বাবেই প্রাণ আহুতি দিবলগীয়া হয় প্রতি বছৰে পৃথিৱীৰ কেইবালাখো লোকে৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ই শেহতীয়াকৈ সদৰী কৰিছে এই তথ্য৷ প্রথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা গোলকীয়ভাৱে এনে অধ্যয়ন চলোৱা হৈছে৷ অধ্যয়ন অনুসৰি ২০১৬…
Read More...