আন এটা আশাৰ খবৰঃ শিশু–কিশোৰৰ দেহত ক’ভাক্সিনৰ পৰীক্ষণ আৰম্ভ
নিয়মীয়া বাৰ্তা, ১৯ মেঃ ভাৰত বায়’টেকৰ ক’ভিড ভেকচিন ক’ভাক্সিন দেশৰ ২–১৮ বছৰৰ লোকৰ দেহত অহা ১০–১২ দিনৰ ভিতৰত পৰীক্ষণ আৰম্ভ কৰিব৷ কেন্দ্রীয় চৰকাৰে মঙলবাৰে এই কথা ঘোষণা কৰিছে৷ ড্রাগ্ছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই শিশুৰ দেহত ক’ভাক্সিনৰ দ্বিতীয়–তৃতীয় পর্যায়ৰ পৰীক্ষণৰ অনুমতি দিয়াৰ পিছতহে কেন্দ্রীয় চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰিছে৷
নিটি আয়োগৰ (স্বাস্থ্য)…
Read More...