সাংবাদিক সুনীল জৈনৰ ক’ৰোনাত মৃত্যু
নিয়মীয়া বাৰ্তা ১৭ মেঃ বাণিজ্যিক সংবাদ–পত্র ‘দ্য ফাইনেঞ্চিয়েল এক্সপ্রেছ’ৰ পৰিচালন সঞ্চালক সুনীল জৈনৰ ক’ভিড–১৯ত মৃত্যু হৈছে৷ সাংবাদিকগৰাকীৰ ভগ্নী সন্ধ্যা জৈনে আজি এই কথা সদৰী কৰিছে৷ লক্ষণীয়ভাৱে ক’ভিডত আক্রান্ত হোৱাৰ পাছত সুনীল জৈনক এইমছত ভর্তি কৰোৱা হৈছিল৷
ছ’চিয়েল মিডিয়া টুইটাৰযোগে সাংবাদিকগৰাকীৰ ভগ্নী সন্ধ্যা জৈনে উল্লেখ কৰিছে যে চিকিৎসক, নার্ছ,…
Read More...