পৰিস্থিতি অধিক ভয়াৱহঃ দেশত মঙলবাৰে ক’ভিডত আক্রান্ত হ’ল ৫৬,২১১গৰাকী
নিয়মীয়া বাৰ্তা, ৩১ মার্চ: দেশত ক’ৰোনা ভাইৰাছৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে আৰু ভাৰতবর্ষ এক বিপজ্জনক স্থিতিত উপনীত হৈছে৷ এই মন্তব্য নিটি আয়োগৰ সদস্য ড০ ভি কে পালৰ৷ দেশত ক’ভিডৰ পৰিস্থিতি সন্দর্ভত এক সংবাদ মেল সম্বোধন কৰি তেওঁ কয় যে দৈনিক নতুন নতুন আক্রান্তৰ সংখ্যাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷ কিছু কিছু স্থানত পৰিস্থিতি নিয়ন্ত্রণত আছে যদিও…
Read More...