ক’ৰোনাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি দেশত, বিগত ২৪ ঘণ্টাৰ ৰিপ’ৰ্ট
নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ দেশত ক'ৰোনাৰ দ্বিতীয় জোৱাৰ আৰম্ভ হোৱাত পুনৰ বৃদ্ধি পাইছে ক'ৰোনাৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত ভাৰতত ৬৮০২০ গৰাকী লোক আক্ৰান্ত হৈছে ক'ৰোনাত। আনহাতে, বিগত ২৪ ঘণ্টাত ৩২,২৩১গৰাকী লোক সুস্থ হোৱাৰ বিপৰীতে ২৯১গৰাকী মৃত্যুমুখত পৰিছে।
এতিয়ালৈকে দেশত কৰোনা' ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১২০৩৯৬৪৪জনলৈ বৃদ্ধি পাইছে। ইফালে, চিকিৎসাধীন হৈ আছে…
Read More...