ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৮৫ টকালৈ অৱনমিত
🔹 শ্বেয়াৰ বজাৰত পুনৰ অভাৱনীয় পতন
নিউজ ডেস্ক, ২০ ডিচেম্বৰ : পুনৰ ভাৰতীয় শ্বেয়াৰ বজাৰত চলিছে পতন৷ ডলাৰৰ তুলনাত ইতিহাসত সর্বনিম্ন দৰলৈ অৱনমিত হ’ল ভাৰতীয় মুদ্রা টকা৷ প্রথমবাৰলৈ এক ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য নামিল ৮৫ টকালৈ৷ পৰহি বিয়লিৰ ভাগতেই ভাৰতীয় শ্বেয়াৰ বজাৰত আৰম্ভ হৈছিল পতন৷ হঠাতে মার্কিন ফেডাৰেল ৰিজার্ভে বেংকৰ সুদৰ হাৰ ২৫ বেছিছ পইণ্ট…
Read More...