পঞ্জাবত আপ মন্ত্ৰীৰ বাসগৃহত এমাহত দ্বিতীয়বাৰ ইডিৰ অভিযান
ডিজিটেল ডেস্ক, ৯ মে' : পঞ্জাবৰ মন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা সঞ্জীৱ অৰোৰাৰ বাসভৱনত শনিবাৰে পুৱা ইডিৰ দলে তালাচী অভিযান চলায়। মন্ত্ৰী আৰু তেওঁৰ কেইবাজনো সহযোগীৰ বিৰুদ্ধে আৰ্থিক খেলিমেলিৰ অভিযোগত এই অভিযান চলোৱা হৈছে বুলি তদন্তকাৰী সংস্থাৰ সূত্ৰে জানিব পৰা গৈছে।
উল্লেখযোগ্য যে এবছৰৰ ভিতৰত তৃতীয়বাৰৰ বাবে মন্ত্ৰীগৰাকীৰ বাসগৃহসহ কেইবাটাও ঠিকনাত…
Read More...