আজিৰে পৰা Financial rule change : পান, আধাৰ, আয়কৰ, ৰেল টিকটত নতুন নিয়ম প্ৰযোজ্য
Financial rule change : ১ জুলাই, ২০২৫-ৰ পৰা বহু নতুন বিত্তীয় নিয়ম কার্যকৰী হ’ব, যিবোৰে আপোনাৰ দৈনন্দিন লেনদেন—আয়কৰ দাখিল, পান কাৰ্ডৰ আবেদন, ৰেল টিকট বুকিং, ক্ৰেডিট কাৰ্ড ব্যৱহাৰ আদিলৈ প্ৰভাৱ পেলাব।
তৎকাল ৰেল টিকট বুকিঙত আধাৰ ভেৰিফিকেশ্যন বাধ্যতামূলক
এতিয়াৰ পৰা তৎকাল টিকট বুকিঙৰ সময়ত আধাৰৰ ভিত্তিত চিনাক্তকৰণ বাধ্যতামূলক।
১৫ জুলাইৰ…
Read More...