হিমাচল প্ৰদেশত গভীৰ খাৱৈত পৰিল পৰ্যটকৰ বাহন, ৮জনৰ কৰুণ মৃত্যু
ডিজিটেল ডেস্ক, ৩১ মে' : হিমাচল প্ৰদেশত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰীবাহী বাহন গভীৰ খাৱৈত পৰি যোৱাৰ ফলত ৮জন পৰ্যটকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত দুটি শিশুও আছে।
হিমাচল প্ৰদেশৰ চম্বা জিলাৰ চুৰাহ উপমণ্ডলৰ বেৰগড়-সচ পাছ-কিলাৰ পথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। সূত্ৰ অনুসৰি, পৰ্যটকভৰ্তি গাড়ীখন বৰফেৰে…
Read More...