পাকিস্তান সমর্থনকাৰী অধিবক্তা-সাংবাদিক-ছাত্ৰসহ ধৃত ৮
🔹 ‘দেশদ্রোহী’ৰ বিৰুদ্ধে একচন মুডত অসম আৰক্ষী
বিশেষ বাৰ্তা, ২৬ এপ্রিল : জম্মু–কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ বর্বৰোচিত নৰসংহাৰক সমগ্র বিশ্বই একমুখে নিন্দা কৰাৰ বিপৰীতে অসমৰ একাংশ লোকে সামাজিক মাধ্যমত পাকিস্তানৰ পক্ষত অৱস্থান কৰিছে৷ সন্ত্রাসবাদৰ পৃষ্ঠপোষকতাৰে সীমাৰ সিপাৰৰ পৰা ভাৰতভূমিত অস্থিৰতাৰ সৃষ্টি কৰি অহা এনে ‘দেশদ্রোহী’সকলৰ বিৰুদ্ধে একচন…
Read More...