নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

ৰাষ্ট্ৰীয়

২০ টকাৰ বাবে ৩০ বছৰৰ কাৰাদণ্ড, নির্দোষী প্রমাণিত হোৱাৰ পিছদিনাই মৃত্যু বৃদ্ধৰ

নিউজ ডেস্ক, ৮ ফেব্রুৱাৰী : ২০ টকা উৎকোচ লোৱাৰ অভিযোগত ৩০ বছৰৰ কাৰাদণ্ড ভুগিছিল গুজৰাটৰ এজন প্রৌঢ়ই৷ ৪ ফেব্রুৱাৰীত নির্দোষী ঘোষণা কৰাৰ এদিন পিছতে আকস্মিকভাৱে মৃত্যু হয় বাবু ভাই প্রজাপতি নামৰ লোকজনৰ৷ গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া এক ৰায়দানত বাবু ভাই নির্দোষী প্রমাণিত হয়৷ ৰায়দানৰ পিছতে বাবু ভায়ে কৈছিল– ‘মোৰ কলংক আঁতৰাই দিয়া হৈছে৷ এতিয়া ভগৱানে লৈ গ’লেও…
Read More...

ভাৰতৰ ওপৰত আৰোপিত শাস্তিমূলক শুল্ক সম্পূর্ণ প্রত্যাহাৰ আমেৰিকাৰ

নিউজ ডেস্ক, ৮ ফেব্রুৱাৰী : ভাৰত আৰু আমেৰিকাই অন্তর্ৱর্তীকালীন বাণিজ্য চুক্তি সন্দর্ভত এক যৌথ বিবৃতি প্রকাশ কৰে৷…

ৰাজধানী দিল্লী কঁপোৱাৰ হুংকাৰ লস্কৰ সন্ত্রাসবাদীৰ

নিউজ ডেস্ক, ৭ ফেব্রুৱাৰী : পাকিস্তান যে সন্ত্রাসবাদৰ অভিকেন্দ্র, সেয়া পুনৰ প্রমাণ হ’ল৷ লাহোৰত থিয় হৈ এইবাৰ ভাৰতৰ…

উদ্বেগজনক… দেশৰ ৭৫০ বিমানৰ ৪০০খনতেই যান্ত্রিক ত্ৰুটি

নিউজ ডেস্ক, ৭ ফেব্রুৱাৰী : পৰীক্ষা–নিৰীক্ষা কৰাৰ পিছত দেশৰ প্রায় ৭৫০খন বিমানৰ ভিতৰত প্রায় ৪০০খনতেই ধৰা পৰে…

বিশ্বৰ সর্বকনিষ্ঠ হিচাপে অভিলেখ অসমৰ কিউচেংহানৰ

ডিজিটেল ডেস্ক, ৬ ফেব্রুৱাৰী : বিশ্বৰ আটাহতকৈ সর্বকনিষ্ঠ সাঁতোৰবিদ হিচাপে অভিলেখ অসমৰ কিউচেংহান ফুকনৰ ৷ ৭ বছৰীয়া…

ম’বাইল গেমৰ বাবেই চৰম পথ ৩ কিশোৰীৰ, কোৰিয়ান ম’বাইল গেমেই সর্বনাশৰ মূল

নিউজ ডেস্ক, ৫ ফেব্রুৱাৰী : কিছুবছৰ পূর্বে ব্লু হোৱেল নামৰ এটা ম’বাইল গেমে কাঢ়ি নিছিল বহুজনৰ প্রাণ৷ সেই আতংকই পুনৰ…

পশ্চিমবংগক বাংলাদেশ বনাইছে মমতাই – ধুবুৰীত দিল্লীৰ বিজেপি বিধায়কৰ বিস্ফোৰণ

"মমতা বেনাৰ্জীয়ে পশ্চিমবংগত গুণ্ডাৰাজ চলাইছে। সম্পূৰ্ণ বাংলাদেশ তেওঁ পশ্চিমবংগত বহাই দিছে।" আজি ধুবুৰীত সংবাদ…

ম’ম’ খোৱাৰ নিচাত ৮৫ লাখ টকাৰ গহনা বিক্রী কিশোৰৰ

নিউজ ডেস্ক, ৩ ফেব্রুৱাৰী : দিনে দিনে ম’ম’ খোৱাৰ নিচা বাঢ়ি গৈছিল কিশোৰজনৰ৷ ম’ম’ খাই ধন পৰিশোধৰ বাবে চুৰি কৰিবলৈ…

সিন্ধু চুক্তিক লৈ আন্তঃৰাষ্ট্রীয় মঞ্চত কন্দা–কটা পাকিস্তানৰ

নিউজ ডেস্ক, ৩ ফেব্রুৱাৰী : যোৱা বছৰ পাকিস্তান সমর্থিত সন্ত্রাসবাদীৰ দ্বাৰা পেহেলগামত নৰসংহাৰ চলোৱাৰ পিছত চুবুৰীয়া…