চলন্ত অৱস্থাত এক্সপ্ৰেছ ৰে’লত অগ্নিকাণ্ড, কথমপি ৰক্ষা পৰিল যাত্ৰী
নতুন দিল্লী–চেন্নাই এক্সপ্ৰেছ (ট্ৰেইন নং ১২৬১৬) নতুন দিল্লীৰ পৰা চেন্নাইলৈ গৈ থকা সময়ত মঙলবাৰে দুপৰীয়া শ্লীপাৰ কোচত অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাটো চেণ্ট্ৰেল ৰেলৱেৰ নাগপুৰ ডিভিজনৰ অন্তৰ্গত সিন্ধী আৰু তুলজাপুৰ ষ্টেচনৰ মাজত ঘটে।
প্ৰাপ্ত তথ্য অনুসৰি, ট্ৰেইন চলি থকা সময়তে শ্লীপাৰ কোচৰ পৰা ধোঁৱা ওলাই থকা দেখা যায়। ধোঁৱা লক্ষ্য কৰাৰ লগে লগে সুৰক্ষাৰ…
Read More...