নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

ৰাষ্ট্ৰীয়

অৰবিন্দ কেজৰিৱালৰ আবেদন অস্বীকাৰ দিল্লী হাইকৰ্টৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ এপ্ৰিলঃ আজি দিল্লী উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সকাহ দিবলৈ অস্বীকাৰ কৰে। আবকাৰী নীতিৰ বিষয়টোৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত তেওঁৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাইছিল মুখ্যমন্ত্ৰী কেজৰিৱালে। উচ্চ ন্যায়ালয়ে এই আবেদন নাকচ কৰি গ্ৰেপ্তাৰক বৈধ বুলি বিবেচনা কৰে। আদালতে কয় যে এয়া জামিনৰ কথা নহয়। গ্ৰেপ্তাৰৰ…
Read More...

১৮ বছৰ : আদালতৰ দ্বাৰস্থ ৰজনীকান্তৰ জোঁৱায়েক

🔹 ঐশ্বৰ্যৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত ধনুশৰ বিশেষ বাৰ্তা, ৯ এপ্ৰিল : আদালতৰ দ্বাৰস্থ অভিনেতা ৰজনীকান্তৰ জোঁৱায়েক…

মোজাম্বিকত নাও দুর্ঘটনাত কমেও ৯০জনৰ প্রাণহানি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ এপ্ৰিলঃ আফ্রিকান ৰাষ্ট্র মোজাম্বিকত শোকাৱহ নাও দুর্ঘটনাত কমপক্ষেও ৯০ লোকৰ মৃত্যু হৈছে৷…

‘কা’ৰ নামত বিৰোধীয়ে মিছা কথাৰে আৱেগৰ ৰাজনীতি কৰিছে : মুখ্যমন্ত্ৰী

বিশেষ বাৰ্তা, ৮ এপ্ৰিল : যোৰহাট লোকসভা সমষ্টিৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সাপেখাতীত আজি আয়োজিত বিজয় সংকল্প…

ডিব্ৰুগড়ত মনোজ ধানোৱাৰৰ হৈ আতিশী মাৰ্লেনাৰ নিৰ্বাচনী প্ৰচাৰ

বিশেষ বাৰ্তা, ৮এপ্ৰিলঃ নিৰ্বাচনী প্ৰচাৰৰ তিনিদিনীয়া কাৰ্যসূচী লৈ আম আদমি পাৰ্টিৰ নেতা তথা দিল্লীৰ শিক্ষামন্ত্ৰী…

২৯ ঘণ্টা ৰেগিং ৱয়ানাড়ৰ চিকিৎসা বিজ্ঞানৰ ছাত্রক

🔹 কেৰালাৰ শিক্ষার্থীৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইক বিশেষ বাৰ্তা, ৮ এপ্রিল : কেৰালাৰ ৱয়ানাড়ত চিকিৎসা বিজ্ঞানৰ…

‘ৰাহুল ৰাজনীতিৰ শ্রেষ্ঠ ফিনিছাৰ, কংগ্রেছক ফিনিছ কৰিবই’

🔹 কংগ্রেছ নেতাক তীব্র কটাক্ষ প্রতিৰক্ষা মন্ত্রী সিঙৰ বিশেষ বাৰ্তা, ৮ এপ্রিল : লোকসভা নির্বাচনৰ প্রচাৰ অভিযানত…

কংগ্ৰেছৰ পতনৰ আঁৰত দুৰ্নীতি-পৰিয়ালকেন্দ্ৰিক ৰাজনীতি : সৰ্বানন্দ সোণোৱাল

বিশেষ বাৰ্তা, ৭ এপ্ৰিলঃ আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে ২০-২৫ খনতকৈ অধিক আসন লাভ নকৰে- কেন্দ্ৰীয় মন্ত্ৰী তথা…

কংগ্ৰেছৰ ইস্তাহাৰ মুছলিম লীগৰ দৰে : মোদী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ এপ্ৰিলঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। তেওঁ কয় যে…