প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডত ১০ পদৰ সাক্ষাৎকাৰ
প্রদূষণ নিয়ন্ত্রণ ব’ডত অচিৰেই পূৰণ কৰা হ’ব খালী হোৱা ফিল্ড এছিছটেণ্টৰ ১০ পদত প্রার্থী৷ আবেদনকাৰী ৰসায়ন বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই মাহে ১০,০০০ টকা লাভ কৰিব৷ প্রাৰম্ভিক পর্যায়ত প্রার্থী ছমহীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব যদিও পৰৱর্তী পর্যায়ত চাকৰিৰ ম্যাদ বঢ়াৰ সম্ভাৱনা আছে৷ প্রার্থী সাক্ষাৎকাৰৰ মাধ্যমেৰে বাছনি কৰা…
Read More...