SBI PO নিযুক্তি : সোনকাল কৰক! ৫৪১টা পদৰ আবেদনৰ আজিয়ে অন্তিম দিন
ষ্টেট বেংক অৱ ইণ্ডিয়াই (SBI) শীঘ্ৰে প্ৰবেচনকালীন বিষয়া (PO) নিযুক্তিৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া বন্ধ কৰিব। ইচ্ছুক আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে SBI-ৰ PO নিযুক্তি ২০২৫ৰ বাবে sbi.co.in ৱেবচাইটত অনলাইন আবেদন আগবঢ়াব পাৰে। আবেদন কৰাৰ অন্তিম তাৰিখ ১৪ জুলাই, ২০২৫।
এই নিযুক্তি প্ৰক্ৰিয়াৰ মাধ্যমেৰে বিভিন্ন শাখাত ৫৪১ টা PO পদ পূৰণ কৰা হ’ব।…
Read More...