মেঘালয় হানীমুন হত্যাকাণ্ড : অভিযুক্ত নাৰ্কো টেষ্টৰ দাবী মৃতকৰ পৰিয়ালৰ
হানীমুন হত্যাকাণ্ড : মেঘালয়ত হানীমুনৰ সময়ত হত্যাৰ বলি হোৱা ৰাজা ৰঘুৱংশীৰ পৰিয়ালৰ লোকে কয় যে তেওঁলোকে অভিযুক্তসকলৰ নাৰ্কো টেষ্টৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন জনাব।
ৰাজাৰ ভাতৃ বিপিন ৰঘুবংশীয়ে শ্বিলং SIT-ৰ সোধা-পোছাৰ কাৰণে ইনডৰ ক্রাইম ব্ৰাঞ্চ থানাত উপস্থিত হয়।
ANI-ৰ সৈতে হোৱা কথা-বতৰাত কয়, “ঘটনাটোৰ ৰহস্য এতিয়াও অজ্ঞাত, সেইবাবেই মই অভিযুক্তসকলৰ নাৰ্কো…
Read More...