মেঘালয়ৰ হানীমুন হত্যাকাণ্ডৰ নতুন মোৰ, ৪ অভিযুক্তৰ জামিন আবেদন খাৰিজ
দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা মেঘালয়ৰ হানীমুন হত্যাকাণ্ডত পুনৰ এক নতুন মোৰ আহিছে। শ্বিলঙৰ এখন আদালতে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ সৈতে জড়িত চাৰি মূল অভিযুক্তৰ জামিন আবেদন খাৰিজ কৰিছে।
অভিযুক্তসকল হৈছে ৰাজ কুশৱাহা, বিশাল সিং চৌহান, আকাশ ৰাজপুত আৰু আনন্দ কুৰ্মী। সহ-অভিযুক্ত সোনম ৰঘুবংশীক শেহতীয়াকৈ জামিন মঞ্জুৰ কৰাৰ পিছত এই চাৰিজনে আদালতৰ কাষ চাপিছিল।…
Read More...