ৰাজ্যত বৰষুণৰ ভৱিষ্যদ্বাণী IMDৰ, অসম-মেঘালয়ত Orange এলাৰ্ট জাৰি
নিউজ ডেস্ক, ৫ এপ্ৰিলঃ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ ভাৰতত ভয়াৱহ গৰম আৰু গৰমৰ ঢৌৰ ভৱিষ্যদ্বাণী কৰিছে। আই এম ডিয়ে কয় যে দিল্লী, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, হাৰিয়ানা, পঞ্জাৱৰ দৰে উত্তৰ ভাৰতৰ ৰাজ্যসমূহত আজি প্ৰচণ্ড গৰম হ’বলৈ গৈ আছে। আজি এই ৰাজ্যসমূহৰ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব পাৰে।
একে সময়তে আই এম ডিয়ে আজি দেশৰ দক্ষিণ আৰু পূব…
Read More...