ট্ৰেভেল ইনফ্লুৱেঞ্চাৰ-ৰ ভিডিঅ’ত বন্দী নংগ্ৰিয়াটত ৰাজা-সোনমৰ ট্ৰেকিং, ভিডিঅ’ ভাইৰেল
ট্ৰেভেল ইনফ্লুৱেঞ্চাৰ-ৰ ভিডিঅ’ত বন্দী নংগ্ৰিয়াটত ৰাজা-সোনমৰ ট্ৰেকিং, ভিডিঅ’ ভাইৰেল
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুন : মেঘালয় হানীমুন হত্যাকাণ্ডৰ ঘটনাত এক নতুন ভিডিঅ পোহৰলৈ আহিছে। এজন ব্যক্তিয়ে বন্দী কৰা ভিডিঅ’ত দেখা গৈছে যে ৰাজা ৰঘুবংশী আৰু সোনম ৰঘুবংশীক নংগ্ৰিয়াটৰ ডাবল ডেকাৰ দলঙৰ ওচৰত ট্ৰেকিং কৰি আছে, সেই ভিডিঅ বৰ্তমান ভাইৰেল হৈছে।
মেঘালয়লৈ…
Read More...