কাইলৈৰ পৰা নাগালেণ্ড ছুপাৰ লীগৰ প্লেঅফৰ মেচ
নিউজ ডেস্ক, ২৪ মাৰ্চঃ নাগালেণ্ডৰ শীৰ্ষ ফুটবল চেম্পিয়নশ্বিপ নাগালেণ্ড ছুপাৰ লীগৰ উদ্বোধনী ছিজনৰ কাইলৈ প্লে অফ। ৪২খন একচন ভৰ্তি মেচৰ অন্তত ৭টা দলৰ ভিতৰত ৪টা দলে কাইলৈ আৰম্ভ হ’বলগীয়া প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰিছে।
কোন এই ভিগনেশ, যি পালে ৰোহিত ইম্পেক্টৰ হৈ খেলাৰ সুযোগ
ফাইনেল ফোৰত প্ৰৱেশ কৰা দলসমূহৰ ভিতৰত আছে বৰাক এফ চি, লংটেৰক এফ চি, ইউনাইটেড এফ…
Read More...