মিজোৰামৰ ভূমিস্খলনত নগাঁৱৰ দুই শ্ৰমিক নিহত
বিশেষ বাৰ্তা, ২৩ নৱেম্বৰ : মিজোৰামত নিৰ্মীয়মাণ ৰেল লাইন নিৰ্মাণত নিয়োজিত হৈ থকা অসমৰ নগাঁৱৰ দুই শ্ৰমিকৰ কালি ভূমিস্খলনত মৃত্যু হয়। এক বিশেষ সুত্ৰে জানিব পৰা মতে অসম মিজোৰাম সীমান্তৰ কলাচিপ জিলাৰ নিৰ্মীয়মান কাউনপুই ৰেল ষ্টেচনত কৰ্মৰত অৱস্থাত ভূমিস্খলন হৈ দুই শ্ৰমিকৰ মৃত্যু হয় । নিহত শ্ৰমিকদ্বয়ক নগাঁৱৰ মাছাক নামৰ গাঁও এখনৰ দীপক দত্ত (২৭) আৰু…
Read More...